অসমীয়া ক্লাব

আমাৰ সুবিধাসমূহ

সুবিধা আৰু বিৱৰণ দৈনিক ভাড়া
ক্লাব ঘৰ
ক্লাব ঘৰ

এক সুন্দৰ, মনোৰম পৰিৱেশত আলোচনা আৰু চিন্তা বিনিময়ৰ বাবে উপযুক্ত স্থান।

৫০০ টকা
পেক্ষাগৃহ
পেক্ষাগৃহ

উন্নত শব্দ ব্যৱস্থা আৰু প্ৰক্ষেপণ যন্ত্ৰযুক্ত, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি, সন্মিলন আদি অনুষ্ঠিত কৰাৰ বাবে আদৰ্শ স্থান।

৩,৫০০ টকা
গেলেৰী
গেলেৰী

প্ৰদৰ্শনী, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ বাবে আদৰ্শ স্থান।

১,০০০ টকা